আনন্দৰাম বৰুৱা
নিজৰ ভাষাত লিখা
Sign in to Google to save your progress. Learn more
১। আনন্দৰাম বৰুৱাৰ ক’ত জন্ম হৈছিল ?
২। ভাৰতত শিক্ষা শেষ কৰি আনন্দৰাম বৰুৱা কলৈ গৈছিল ?
৩। আনন্দৰাম বৰুৱাই কোনখন গ্ৰন্থত কামৰূপৰ ভাওনাৰ কথা উল্লেখ কৰিছে ?
৪। আনন্দৰাম বৰুৱাৰ কাম আৰু সংকল্প দেখি বিস্ময়াভিভূত হােৱা এজন বিদেশী পণ্ডিতৰ নাম লিখা ।
৫। আনন্দৰাম বৰুৱাৰ জীৱনৰ মূলমন্ত্র কি আছিল ?
১ । আনন্দৰাম বৰুৱাৰ কোনবােৰ গুণ সদায় অনুকৰণ কৰিবলগীয়া ?
২।আনন্দৰাম বৰুৱাৰ সময়ত ভাৰতীয় মানুহে ইউৰােপলৈ যাবলৈ কিয় সাহ কৰা নাছিল ?
৩। কেনেধৰণে নিজৰ পৰিচয় দি আনন্দৰাম বৰুৱাই সন্তোষ লাভ কৰিছিল ?
৪। ‘ আনন্দৰামৰ নিজ দেশৰ প্রতি ভক্তিও কম নাছিল ’ বুজাই লিখা । কি কি কথাৰ বাবে আনন্দৰাম বৰুৱা পূজ্য হৈ থাকিব ?
 ১ । মহাপুৰুষৰ পদাংক অনুসৰণ কৰি মানুহে কেনেদৰে নিজক পৰিচালিত কৰিব পাৰে ? আনন্দৰাম বৰুৱা পাঠটিৰ আধাৰত বুজাই লিখা ।
২। একাগ্রতা গুণে আনন্দৰাম বৰুৱাক কেনেধৰণে সহায় কৰিছিল ?
৩। প্রসংগ সংগতি দর্শাই ব্যাখ্যা কৰা কর্মই জীৱন আৰু কর্মহীনতাই প্রকৃত মৃত্যুস্বৰূপ ।
৪ । আনন্দৰাম বৰুৱাৰ মহৎ আদৰ্শৰাজি আমি কেনেদৰে গ্ৰহণ কৰিব পাৰোঁ বুজাই লিখা ।
৫। প্রাচ্য আৰু পাশ্চাত্যৰ সমন্বয় স ৷ পনত আনন্দৰাম বৰুৱাই কেনে অৱদান আগবঢ়াই গৈছে , বুজাই লিখা ।
Name and Number *
Submit
Clear form
Never submit passwords through Google Forms.
This content is neither created nor endorsed by Google. Report Abuse - Terms of Service - Privacy Policy