ASDM Skill Yatra Test - Assamese
এই পৰীক্ষাত ১৬টা প্ৰশ্ন আছে যাৰ উত্তৰ আপুনি ৩০ মিনিটত দিব লাগিব। এই পৰীক্ষাৰ পৰা সৰ্বোত্তম লাভ কৰিবলৈ অনুগ্ৰহ কৰি প্ৰশ্নবোৰৰ সততাৰে আৰু আপোনাৰ সামৰ্থ্য অনুসৰি উত্তৰ দিয়ক।
Email *
আপোনাৰ সম্পূৰ্ণ নাম কি?
*
আপোনাৰ মোবাইল নম্বৰ কি?
*
কোনটো ক্লাছ/ বছৰত আপুনি পঢ়া-শুনা কৰি আছে?
*
আপোনাৰ স্কুল/ কলেজৰ নাম কি?
*
আপোনাৰ বিদ্যালয়/ মহাবিদ্যালয়ত প্ৰশিক্ষণৰ তাৰিখ (DD/MM/YYYY)
*
ধাৰা ক - কেৰিয়াৰৰ আকাংক্ষা আৰু বিকল্প
1. তলৰ কোনখন ছবি আপুনি আপোনাৰ ভৱিষ্যত কেৰিয়াৰৰ বাবে ভাল পায়:
*
2.  ভৱিষ্যতে আপুনি কেনেধৰণৰ কাম কৰিব বিচাৰে:
*
3.  আপোনাৰ ভৱিষ্যত কেৰিয়াৰৰ বাবে কেনেধৰণৰ ছবি ভাল পায়:
*
4.  কেনেধৰণৰ কৰ্ম পৰিস্থিতিত কাম কৰি আৰাম পাব?
*
5. ভৱিষ্যতে আপুনি কেনেধৰণৰ কাম কৰিব বিচাৰে:
*
6.  মই কাম কৰি ভাল পাওঁ:
*
7. ভৱিষ্যতে আপুনি কেনেধৰণৰ কাম কৰিব বিচাৰে:
*
8.  মই এটা চাকৰি পছন্দ কৰিম:
*
ধাৰা খ - ডিজিটেল লিটাৰেচি
1.  আপুনি কেতিয়াবা কম্পিউটাৰ ব্যৱহাৰ কৰিছেনে?
*
2.  আপোনাৰ ইমেইল আছে নেকি?
*
3.   আপোনাৰ নিজৰ মোবাইল আছে নেকি?
*
4.  গুগল ডকুমেণ্ট কেনেকৈ বনাব লাগে জানেনে?
*
5.   আপুনি Social Media প্লেটফৰ্ম (Facebook, Instagram, YouTube, ইত্যাদি) ব্যৱহাৰ কৰেনে?
*
6.   আপুনি অনলাইন বেংকিং/ ডিজিটেল ফাণ্ড ট্ৰেন্সফাৰ কৰেনে?
*
7.   আপুনি অনলাইন শ্বপিং কৰেনে?
*
8.  অনলাইনত কিবা সন্ধান কৰিবলৈ ‘গুগল’ ব্যৱহাৰ কৰা হয়নে?
*
Submit
Clear form
Never submit passwords through Google Forms.
This content is neither created nor endorsed by Google. Report Abuse - Terms of Service - Privacy Policy