JavaScript isn't enabled in your browser, so this file can't be opened. Enable and reload.
Assam TET Online Mock Test-TET Online Preparation 2021
Mock Test Prepared by Rupam Kr Deka Admin of AssamCareer
Sign in to Google
to save your progress.
Learn more
দেহত আইৰণৰ অভাৱত হোৱা ৰোগ বিধ কি?
10 points
এনকেফেলাইটিছ
এনিমিয়া
গলগণ্ড
মধুমেহ
Clear selection
পৰুৱাবোৰ -
10 points
পৰপোষী
তৃণভোজী
মৃতভোজী
মাংস ভোজী
Clear selection
পুষ্টি হীনতাৰ কাৰণ কি?
10 points
প্ৰ'টিনৰ অভাৱ
সন্তুলিত আহাৰৰ অভাৱ
ভিটামিন ৰ অভাৱ
খনিজ লৱনৰ অভাৱ
Clear selection
' smog' কি?
10 points
নগৰ এখনত হঠাতে হোৱা বৰষুণ
ধূলিৰ ধুমুহা
নগৰ অঞ্চলত ধোঁৱা ৰ সৈতে মিশ্ৰিত কুঁৱলী
ধূলি আৰু ধোৱা ৰ সমষ্টি
Clear selection
নদীৰে বৈ যোৱা পানীক কি ধৰণৰ পানী বোলা হয়?
10 points
বায়'ম
স্থিৰ জলজ
প্ৰবাহমান জলজ
সামুদ্ৰিক
Clear selection
কোন বৰ্গৰ প্ৰাণী আটাইতকৈ বেছি সংকাতাপন্ন হৈছে,?
10 points
স্তন্যপায়ী
মৎস্য
সৰীসৃপ
পক্ষী
Clear selection
নাইট্রাছ অক্সাইড ৰ প্ৰভাৱত কি হ'ব পাৰে?
10 points
বৰষুণ
ধুমুহা
বা- মাৰলি
অম্ল বৰষুণ
Clear selection
আয়'ডিনৰ অভাৱত কি ৰোগ হয়?
10 points
গৰল
কুকুৰী কণা
ডায়েৰিয়া
থাইৰয়ড
Clear selection
পৰ্ণপাতী বনাঞ্চল ত পোৱা এবিধ মূল্যৱান গছ হৈছে-
10 points
কদম গছ
আম গছ
শাল গছ
বট গছ
Clear selection
ভাৰতৰ সেউজ বিপ্লৱৰ পিতৃ কোন?
10 points
Dr. M.S. Swaminathan
C.V. Raman
Dr. Jagdish Chandra bashu
R. Bhenkatswami
Clear selection
Submit
Page 1 of 1
Clear form
This content is neither created nor endorsed by Google. -
Terms of Service
-
Privacy Policy
Does this form look suspicious?
Report
Forms
Help and feedback
Contact form owner
Help Forms improve
Report