ALUMNI FEEDBACK FORM OF KAMPUR COLLEGE (প্ৰাক্তন শিক্ষাৰ্থীৰ অভিমত প্ৰ-পত্ৰ) (2023-2024)
Dear former student of our college,  

It is our immense pleasure that you have spent your precious three years for pursuing your degree in this institution. It is our kind request to spare some of your valuable time to fill up this alumni feedback form for the quality improvement of the programs provided by our college.

(আমি অতিকৈ আনন্দিত যে আপোনালোকে বহুমূলীয়া  তিনিটা বছৰ এই প্ৰতিষ্ঠানত স্নাতক ডিগ্ৰী আহৰণৰ বাবে  অতিবাহিত কৰিছে।   আমাৰ মহাবিদ্যালয়ে আগবঢ়োৱা পাঠ্যক্ৰম সমূহৰ গুণগত মানদণ্ডৰ উৎকৰ্ষ সাধনৰ বাবে আপোনালোকৰ বহুমূলীয়া সময়ৰ পৰা অলপ সময় উলিয়াই প্ৰাক্তন শিক্ষাৰ্থীৰ এই অভিমত প্ৰ-পত্ৰখন পূৰ্ণ কৰি মতামত আগবঢ়াবলৈ আপোনালোকক অনুৰোধ জনালোঁ।)  
Sign in to Google to save your progress. Learn more
Name (নাম) *
Year of passing (উৰ্ত্তীণ হোৱা বৰ্ষ)  *
Degree received (প্ৰাপ্ত ডিগ্ৰী) *
Address (ঠিকনা) *
Phone No (ফোন নম্বৰ) *
Email Id (ই-মেইল) *
The alumni association is active and working efficiently. (প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনখন সক্ৰিয় আৰু  দক্ষতাৰে কাৰ্যক্ষম হৈ আছে।) *
The admission procedure is very much convenient in this college. (মহাবিদ্যালয়খনৰ  নামভৰ্তি প্ৰক্ৰিয়া অতিকৈ সুবিধাজনক) *
The present functioning of the college administration is satisfactory. (মহাবিদ্যালয়ৰ বৰ্তমানৰ প্ৰশাসনিক কাম-কাজ সন্তোষজনক।) *
The college has been maintaining a satisfactory trend of quality education.  (মহাবিদ্যালখনে সন্তোষজনক ভাৱে গুণগত মানদণ্ডৰ শিক্ষা পৰম্পৰা অব্যাহত ৰাখিছে।) *
The alumni association has taken programs for community development. (প্ৰাক্তন শিক্ষাৰ্থী সন্মিলনখনে সামাজিক উন্নয়নমূলক কাৰ্যক্ৰম গ্ৰহণ কৰিছে।) *
I have seen many changes in the college since passing out. .(মই উৰ্ত্তীৰ্ণ হৈ যোৱাৰ পাছৰ পৰা মহাবিদ্যালয়ৰ বহুতো পৰিবৰ্তন প্ৰত্যক্ষ কৰিছোঁ।) *
The course of study is highly relevant to meet the present demand of the society. (অধ্যয়নৰ পাঠ্যক্ৰম সমূহ বৰ্তমান সমাজৰ চাহিদা পূৰাবলৈ অতিকৈ প্ৰসংগিক।) *
The teacher's guidance is easily available even after passing out from this institution. (মহাবিদ্যালয় খনৰ পৰা উৰ্ত্তীণ হৈ যোৱাৰ পাছতো শিক্ষকসকলৰ মাৰ্গদৰ্শন সহজলভ্য।) *
The teachers always try to inculcate human values and professional ethics among the various stakeholders of the institution. (শিক্ষকসকলে সদায় প্ৰতিষ্ঠান খনৰ সৈতে বিভিন্ন ক্ষেত্ৰত জড়িত সকলক  মানবীয় মূল্যবোধ আৰু পেছাদাৰী নীতি- নীয়মৰ বিষয়ে বুজাবলৈ চেষ্টা কৰে।) *
The institution provides vocational training facilities for better placement of the students. (এই প্ৰতিষ্ঠানখনে ছাত্ৰ-ছাত্ৰী সকলক ভালদৰে প্ৰতিষ্ঠিত হ'ব পৰাকৈ বৃত্তি মুখী প্ৰশিক্ষণৰ সুবিধা উপলব্ধ কৰায়।) *
The overall rating of the college is satisfactory. (মহাবিদ্যালখনৰ সামগ্ৰিক মূল্যায়ন সন্তোষজনক।) *
Any other suggestions? (অন্য পৰামৰ্শ ?)
Submit
Clear form
Never submit passwords through Google Forms.
This content is neither created nor endorsed by Google. Report Abuse - Terms of Service - Privacy Policy