JavaScript isn't enabled in your browser, so this file can't be opened. Enable and reload.
Assam TET Online Assamese Mock Test-Assam TET Online Test
Mock Test Prepared by Rupam Kr Deka Admin of AssamCareer
Sign in to Google
to save your progress.
Learn more
অইনক গুণান্বিত কৰা শব্দক বােলা হয় –
10 points
( ক ) অব্যয়
( খ ) সর্বনাম ।
( গ ) বিশেষ্য
( ঘ ) বিশেষণ
Clear selection
শিক্ষকৰ উচ্চাৰণ ভুলে ছাত্র - ছাত্রীৰ উচ্চাৰণ —
10 points
( ক ) দোষ বঢ়াৱ
( খ ) দোষ কমাব ।
( গ ) সঠিক কৰিব ।
Clear selection
‘ আলি - আই - লৃগাং ’ – কোন জনগােষ্ঠীৰ কৃষি উৎসৱ ?
10 points
( ক ) বড়ােসকলৰ
( খ ) মিচিংসকলৰ
( গ ) চাহ - জনগােষ্ঠীসকলৰ
( ঘ ) কছাৰীসকলৰ
Clear selection
গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রথম উপাচার্য কোন ?
10 points
( ক ) কৃষ্ণকান্ত সন্দিকৈ ।
( খ ) বাণীকান্ত কাকতি
( গ ) মহেশ্বৰ নেওঁগ
Clear selection
চিকৰপতি নিকৰপতি – গ্রন্থৰ ৰচক কোন ?
10 points
( ক ) লক্ষ্মীনাথ বেজবৰুৱা
( খ ) হেম বৰুৱা
( গ ) চন্দ্ৰকুমাৰ আগৰৱলা
Clear selection
লাচিত বঁটা প্ৰদান কৰা হয় —
10 points
( ক ) চলচ্চিত্ৰত
( খ ) ক্ৰীড়াৰ জগতত
( গ ) ভাষা - সাহিত্যত ।
Clear selection
ছাত্র - ছাত্ৰীয়ে মাতৃভাষাৰে শিক্ষা লাভ কৰে
10 points
( ক ) ঘৰত
( খ ) বিদ্যালয়ত
( গ ) বাহিৰত
( ঘ ) পাৰিপাশ্বিকৰ পৰা
Clear selection
মামনি ৰয়চম গােস্বামীয়ে কোনখন উপন্যাসৰ কাৰণে সাহিত্য কাডেমি বঁটা লাভ কৰে —
10 points
( ক ) মামৰে ধৰা তৰােৱাল ।
( খ ) কাঞ্চন ।
( গ ) অসীমত যাৰ হেৰাল সীমা ।
Clear selection
প্রথম পদ্মশ্রী সম্মান পােৱা মহিলা কোন ?
10 points
( ক ) নলিনীবালা দেৱী ।
( খ ) মামনি ৰয়চম গােস্বামী
( গ ) ৰীতা চৌধুৰী ।
Clear selection
প্রথম অসমীয়া ছনেট ’ কবিতাটো হৈছে —
10 points
( ক ) মমতাৰ চিঠি
( খ ) বনকুঁৱৰী
( গ ) প্রিয়তমাৰ চিঠি
Clear selection
Submit
Page 1 of 1
Clear form
This content is neither created nor endorsed by Google. -
Terms of Service
-
Privacy Policy
Does this form look suspicious?
Report
Forms
Help and feedback
Contact form owner
Help Forms improve
Report