Assam Direct Recruitment Mathematics Mock Test 2022
prepared by assamcareer.co.in
Sign in to Google to save your progress. Learn more
2 সংখ্যাটো হ’ল
10 points
Clear selection
তলৰ কোনটো সংখ্যাৰদ্ধাৰা বৰ্গ সজাব নোৱাৰি
10 points
Clear selection
এডাল বাঁহ 0.4 ভাগ পানীত, 0.5 ভাগ বোকাত আৰু 7 মিটাৰ পানীৰ ওপৰত আছে বাঁহটো কিমান দীঘল?
10 points
Clear selection
গীতাই চামৰাৰ বেগ এটা 672.40 টকাত কিনি 5% লোকচানত শ্যামলীলৈ বিক্ৰী কৰে। শ্যামলীয়ে কিনা দাম কিমান?
10 points
Clear selection
10 টা কলমৰ বিক্ৰী দাম 14 টা কলমৰ কিনাদামৰ সমান হ’লে, লাভৰ শতকৰা হাৰ হ'ব
10 points
Clear selection
7, 9, 11, 7, 6, 5, 9, 11 ৰ বহুলক হ'ব
10 points
Clear selection
100 মিটাৰ দীঘল এটা আলিবাটৰ প্ৰতি 5 মিটাৰৰ অন্তৰে অন্তৰে এজোপাকৈ নাৰিকল গছ ৰুবলৈ হ’লে কিমান জোপা গছ লাগিব?
10 points
Clear selection
কোনো এক সংখ্যাক্ৰমত প্রথম 5 টা সংখ্যাৰ গড় 65 আৰু প্রথম 6 টা সংখ্যাৰ গড় 70 হ'লে 6 নং সংখ্যাটো হ'ব
10 points
Clear selection
এটা সুষম বহুভুজৰ বাহুৰ সংখ্যা কিমান হ'ব যদিহে প্রত্যেকটো বহিঃস্থ কোণৰ জোখ 45° হয়?
10 points
Clear selection
কোনো এটা শ্ৰেণীৰ 100 জন ছাত্ৰ-ছাত্ৰীয়ে পৰিসংখ্যা বিজ্ঞানত পোৱা নম্বৰৰ গড় 72। 70 জন ছাত্ৰ‌ই পোৱা নম্বৰৰ গড় আছিল 75। ছোৱালীবিলাকৰ গড় নম্বৰ নিৰ্গয় কৰা
10 points
Clear selection
এটা সুষম বহুভুজৰ আটাইতকৈ ডাঙৰ বহিঃস্থ কোণটো কি হ'ব পাৰে
10 points
Clear selection
সৰল সুতত 750 টকাৰ 2 বছৰত সবৃদ্ধি 825 টকা হ'লে সৰল সুতৰ হাৰ হ'ব
10 points
Clear selection
এটা সমকোণী ত্ৰিভুজৰ কৰ্ণৰ দৈৰ্ঘ্য কিমান হব যদিহে আন দুটা বাহুৰ মাপ 5 ছেঃমিঃ আৰু 12 ছেঃমিঃ হয়?
10 points
Clear selection
এটা ত্ৰিডুজৰ বাহুকেইটাৰ দীঘ ক্রমে 10 ছে: মিঃ, 8 ছেঃ মিঃ, 6 ছেঃ মিঃ হ'লে, ত্ৰিডুজটোৰ কালি কিমান?
10 points
Clear selection
24, 36, 46, 17, 18, 25, 35 ৰ মধ্যমা হ'ব
10 points
Clear selection
Submit
Clear form
This content is neither created nor endorsed by Google. Report Abuse - Terms of Service - Privacy Policy