JavaScript isn't enabled in your browser, so this file can't be opened. Enable and reload.
Assam TET Online EVS Mock Test-Assam TET Online Test
Mock Test Prepared by Rupam Kr Deka Admin of AssamCareer
Sign in to Google
to save your progress.
Learn more
নিম্নোক্ত কোনবিধ প্রাণী / চৰাই সর্বভক্ষী ?
10 points
Option 1
( ক ) গৰু
( খ ) সিংহ ।
( গ ) পাৰ
( ঘ ) কাউৰী
Clear selection
চিপকো আন্দোলন কেতিয়া সংঘটিত হৈছিল ?
10 points
( ক ) ১৯৭৫ চনত
( খ ) ১৯৭১ চনত
( গ ) ১৯৭০ চনত
( ঘ ) ১৯৭২ চনত
Clear selection
সেউজীয়া উদ্ভিদত থকা পদার্থবিধৰ নাম কি ?
10 points
( ক ) ক্ল ’ ৰ ’ ফিল
( খ ) ক্ল ’ ৰফ্ল ’ ৰ কার্বন
( গ ) অক্সিজেন
( ঘ ) এটাও নহয়
Clear selection
“ বিশ্ব পৰিবেশ দিৱস ’ কেতিয়া পালন কৰা হয় ?
10 points
( ক ) ১০ জুন
( খ ) ৫ জুন ।
( গ ) ১২ জুন
( ঘ ) ২২ জুন ।
Clear selection
শিলৰ পৰা মাটিৰ সৃষ্টি হােৱা প্রক্রিয়াটোক কি বােলা হয় ?
10 points
( ক ) খণ্ডন
( খ ) বিচূর্ণীভৱন
( গ ) বতৰ অনুকুলন
( ঘ ) এটাও নহয়
Clear selection
নিম্নোক্ত কোনপ্রকাৰৰ অৰণ্যত আটাইতকৈ বেছি জৈৱ - বৈচিত্র্য দেখা যায় ?
10 points
( ক ) বৰ্ষাৰণ্য
( খ ) পর্ণপাতী অৰণ্য
( গ ) তীৰৱৰ্তী অৰণ্য
( ঘ ) বিষুবীয় স্ক্রাব অৰণ্য
Clear selection
প্রথম ধৰিত্ৰী দিৱস কেতিয়া পালন কৰা হৈছিল ?
10 points
( ক ) ১৯৭২ চনত
( খ ) ১৯৭০ চনত
( গ ) ১৯৬৫ চনত
( ঘ ) ১৯৬৭ চনত
Clear selection
বায়ু ( প্ৰদূষণ প্রতিৰােধ আৰু নিয়ন্ত্রণ ) আইন ’ কেতিয়া প্রণয়ন কৰা হৈছিল ?
10 points
( ক ) ১৯৮১ চনত
( খ ) ১৯৭৫ চনত
( গ ) ১৯৮০ চনত
( ঘ ) ১৯৮৬ চনত
Clear selection
উদ্ভিদে সালােকসংশ্লেষণ প্রক্রিয়াত কি গেছ ব্যৱহাৰ কৰে ? ।
10 points
( ক ) অক্সিজেন
(খ ) কার্বন - ডাই - অক্সাইড
( গ ) নাইট্রজেন
( ঘ ) মিথেন
Clear selection
অতি বেঙুনীয়া ৰশ্মিৰ প্ৰভাৱৰ ফলত কি মাত্মক ৰােগ হ ' ব পাৰে ?
10 points
( ক ) ছালৰ কৰ্কট ৰােগ
( খ ) এইডছ ।
( গ ) যক্ষ্মা
( ঘ ) এটাও নহয় ।
Clear selection
Submit
Page 1 of 1
Clear form
This content is neither created nor endorsed by Google. -
Terms of Service
-
Privacy Policy
Does this form look suspicious?
Report
Forms
Help and feedback
Contact form owner
Help Forms improve
Report