Special Lecture Series 4
A Special Lecture on the occasion of "Universal Brotherhood Day" organised by Department of Philosophy in collaboration with the IQAC, Moridhal College, Moridhal, Dhemaji.
Date: 11th Sept 2020 :: Time: 11.30 AM
মৰিধল মহাবিদ্যালয়ৰ দৰ্শন বিভাগৰ উদ্যোগত আৰু আভ্যন্তৰীণ মান নিশ্চিতকৰণ কোষৰ সহযোগত বিশ্ব ভাতৃত্ব দিৱস উপলক্ষে আয়োজিত বিশেষ বক্তৃতা অনুষ্ঠান
বিষয়ঃ “বিশ্ব ভাতৃত্ব দিৱসৰ আদৰ্শ”
তাৰিখ: ১১-০৯-২০২০
সময়ঃ পু ৱা ১১.৩০ বজাত