Assam Direct Recruitment Mathematics Online Mock Test 2022
prepared by assamcareer.co.in
Sign in to Google to save your progress. Learn more
এটা সামস্তৰিকৰ ভূমি 12 ছেঃ মিঃ আৰু উন্নতি 7 ছেঃ মিঃ হ’লৈ, সামন্তৰিকটোৰ কালি কিমান?
10 points
Clear selection
দুটা সমান্তৰাল সৰলৰেখাই পৰস্পৰক কমপক্ষে কেইটা বিন্দুত ছেদ কৰিব পাৰি?
10 points
Clear selection
এটা আয়তৰ দীঘ (6x + 4) ছেঃ মিঃ, প্ৰস্থ x ছেঃ মিঃ আৰু পৰিসীমা 64 ছেঃ মিঃ হ'লে আয়তটোৰ কৰ্ণৰ দৈৰ্ঘ কিমান?
10 points
Clear selection
1 ছেঃমিঃ, 2 ছেঃমিঃ, 3 ছেঃমিঃ দৈৰ্ঘ্য বিশিষ্ট শলাৰে এটা ত্ৰিভূজ আকিব পাৰিনে?
10 points
Clear selection
9/21 ভগ্নাংশটো তলৰ কোনটোৰ সমতুল্য
10 points
Clear selection
প্ৰথম 6 টা স্বাভাৱিক সংখ্যাৰ মধ্যমান হ'ব
10 points
Clear selection
তলৰ কোনটো সংখ্যাৰদ্ধাৰা বৰ্গ সঞ্জাব পাৰি?
10 points
Clear selection
7 আৰু 11 ৰ গঃ সাঃ উঃ হ'ব
10 points
Clear selection
25, 34, 31, 23, 22, 26, 35, 28, 20, 32 ৰ মধ্যমা হ'ব
10 points
Clear selection
10, 20, 30, 40, 50, ...... সংখ্যা প্ৰণালীয়ে বুজাব
10 points
Clear selection
Submit
Clear form
This content is neither created nor endorsed by Google. Report Abuse - Terms of Service - Privacy Policy