JavaScript isn't enabled in your browser, so this file can't be opened. Enable and reload.
Assam TET Online EVS Mock Test-Assam TET Online Test
Mock Test Prepared by Rupam Kr Deka Admin of AssamCareer
Sign in to Google
to save your progress.
Learn more
ভূমিকম্পৰ প্ৰাৱল্য জোখা স্কেলডালৰ নাম কি ?
10 points
( ক ) ৰিটাৰ
( খ ) ডেচিব ।
( গ ) হার্টজ
( ঘ ) এটাও নহয়
Clear selection
কবেট ৰাষ্ট্ৰীয় উদ্যানখন ক ’ ত অৱস্থিত ?
10 points
( ক ) অসম
( খ ) উত্তৰপ্ৰদেশ
( গ ) অন্ধ্রপ্রদেশ
( ঘ ) গুজৰাট
Clear selection
কলচী উদ্ভিদ ক ’ ত পােৱা যায় ?
10 points
( ক ) অসম
( খ ) মণিপুৰ
( গ ) মেঘালয়
( ঘ ) ত্ৰিপুৰা
Clear selection
অজ ’ ন বিন্ধা / গহুৰৰ কথা কোন চনত বিজ্ঞানীসকলে আৱিষ্কাৰ কৰে ?
10 points
( ক ) ১৯৮০ চনত
( খ ) ১৯৮৪ চনত
( গ ) ১৯৮২ চনত
( ঘ ) ১৯৮৫ চনত
Clear selection
মেলেৰিয়াৰ মহৌষধ ‘ কুইনাইন ’ কিহৰ পৰা প্রস্তুত কৰা হয় ?
10 points
( ক ) চিনকোণাৰ পৰা ।
( খ ) নিমগছৰ পৰা ।
( গ ) মাটিকঠালৰ পৰা
( ঘ ) এটাও নহয়
Clear selection
UNESCOয়ে জৈৱ মণ্ডল সংৰক্ষণ আঁচনি কেতিয়া আৰম্ভ কৰে ?
10 points
( ক ) ১৯৭২ চনত
( খ ) ১৯৭৫ চনত
( গ ) ১৯৭১ চনত
( ঘ ) ১৯৮০ চনত
Clear selection
ভাৰতত হস্তী প্রকল্প কেতিয়া আৰম্ভ হয় ?
10 points
( ক ) ১৯৯২ চনত
( খ ) ১৯৯৪ চনত ।
( গ ) ১৯৯৫ চনত
( ঘ ) ১৯৯৮ চনত
Clear selection
কৰবেট ৰাষ্ট্ৰীয় উদ্যানখন নিন্মােক্ত কোনবিধ প্ৰাণীৰ বাবে বিখ্যাত ?
10 points
( ক ) হাতী
( খ ) সিংহ
( গ ) বাঘ
( ঘ ) গঁড়
Clear selection
নিম্নোক্ত কোনবিধ বিলুপ্ত প্রজাতিৰ উদাহৰণ ?
10 points
( ক ) বাঘ
( খ ) মৰা চৰাই
( গ ) হাতী
( ঘ ) ডড ’ চৰাই
Clear selection
অসমত কেতিয়া বৰ ভূইকঁপ হৈছিল ?
10 points
( ক ) ১৯৫২ চনত
( খ ) ১৯৫০ চনত
( গ ) ১৯৫৪ চনত
( ঘ ) ১৯৫৫ চনত
Clear selection
Submit
Page 1 of 1
Clear form
This content is neither created nor endorsed by Google. -
Terms of Service
-
Privacy Policy
Does this form look suspicious?
Report
Forms
Help and feedback
Contact form owner
Help Forms improve
Report