Assam Direct Recruitment Mathematics Mock Test 2022
Prepared by assamcareer.co.in
Sign in to Google to save your progress. Learn more
সৰল সুতত 750 টকাৰ 2 বছৰত সবৃদ্ধি 825 টকা হ'লে সৰল সুতৰ হাৰ হ'ব
10 points
Clear selection
দুটা সংখ্যাৰ লঃসাঃগুঃ 84, গঃসাঃগুঃ 8, তাৰে এটা সংখ্যা 16 হ’লে আনটো কিমান?
10 points
Clear selection
.0.6 টকাত কিমান পইচা?
10 points
Clear selection
সীতাই বেগ এটা 672.40 টকাত কিনি 5% লোকচানত শ্যামলীলৈ বিক্ৰী কৰে। শ্যামলীয়ে কিনা দাম কিমান?
10 points
Clear selection
0.08 টকাত কিমান পইচা?
10 points
Clear selection
এটা বৃত্ত আৰু এটা বৰ্গৰ কালি সমান হ’লে তলৰ কোনটো সত্য?
10 points
Clear selection
0 ৰপৰা 40 মাজৰ কোনকেইটা সংখ্যাক ত্ৰিভুজ আকৃতিত সজাব পাৰি?
10 points
Clear selection
কোনো এটা শ্ৰেণী পৰিবন্ধৰ মধ্যমান 74.5 আৰু উচ্চসীমা 79.5 হ’লে শ্ৰেণী পৰিবদ্ধটোৰ নিম্নমান কিমান?
10 points
Clear selection
কোনো কাম সম্পূৰ্ণ কৰোতে সুনীলে যিমান সময় লয়, অমিতে তাৰ দুগুণ সময় লয়। যদি এটা কাম অমিত 4 দিনত সম্পূৰ্ণ কৰে, তেন্তে সুনীলে অকলে সেই কামটো কিমান দিনত সম্পূৰ্ণ কৰিব?
10 points
Clear selection
1, 8, 27, 64, ...... আদি সংখ্যা ক্ৰমে তলৰ কোনটো বুজাব?
10 points
Clear selection
এটা সামস্তৰিকৰ ভূমি 12 ছেঃ মিঃ আৰু উন্নতি 7 ছেঃ মিঃ হ’লৈ, সামন্তৰিকটোৰ কালি কিমান?
10 points
Clear selection
.10, 20, 30, 40, 50, ...... সংখ্যা প্ৰণালীয়ে বুজাব
10 points
Clear selection
‘a’ ব্যাসাৰ্ধ বিশিষ্ট চক্ৰীয় বৃত্তৰ বৃত্তম সমকোণী ত্ৰিভুজ এটাৰ কালি কিমান?
10 points
Clear selection
84 x 9 = 84 x (10 - 1) আৰু 84 x 99 = 84 x (100 - 1) হ'লে 84 x 999 হ’ব
10 points
Clear selection
24.50 টকা + 28.75 টকা - 30.50 টকাৰ মান হ'ব
10 points
Clear selection
Submit
Clear form
This content is neither created nor endorsed by Google. Report Abuse - Terms of Service - Privacy Policy