মগনিয়াৰ
নিজৰ ভাষাত লিখা
Sign in to Google to save your progress. Learn more
১ । অসমীয়া সাহিত্যত প্রথম কথা কবিতা ৰচনা কৰা কবিগৰাকী কোন ?
২ | কবি যতীন্দ্র নাথ দুৱৰাৰ জন্ম কিমান চনত হৈছিল ?
৩। যতীন্দ্র নাথ দুৱৰাক কি কবি বুলি কোৱা হয় ?
৪। ‘ ওমৰ তীর্থ ' পুথিখনি কোনখন পুথিৰ ভাৱানুবাদ ?
৫। যতীন্দ্র নাথ দুৱৰাই কোনখন কাব্যগ্রন্থৰ বাবে সাহিত্য অকাদেমি বঁটা লাভ কৰিছিল ?
 ১। কথা - কবিতা বুলিলে কি বুজা ? ইয়াৰ দুটা বৈশিষ্ট্য লিখা ।
 ২। কবিতা আৰু কথা - কবিতাৰ মাজত কি কি পার্থক্য আছে ?
৩।  ওমৰ খায়াম কোন ? তেওঁ ৰচনা কৰা পুথি এখনৰ নাম লিখা ।
৪। মগনিয়াৰজনে কবিৰ পৰা কি দান পােৱাৰ কথা কৈছে ?
৫।  ‘ ককাই , মােৰ ওপৰত খং নকৰিবা , মােৰ হাতত একোৱেই নাই ।'- কোনে কি প্ৰসংগত এই উক্তি কৰিছিল ?
১ । ‘ মগনিয়াৰ ’ শীর্ষক কথা - কবিতাটিৰ সাৰাংশ লিখা ।
২। ‘ মগনিয়াৰ পাঠটিত কথা - কবিতাৰ কি কি লক্ষণ পৰিস্ফুট হৈছে ?
৩। কবি যতীন্দ্র নাথ দুৱৰাৰ সাহিত্য - কৃতিৰ এটি চমু পৰিচয় দাঙি ধৰা ।
৪ । ‘ মগনিয়াৰ পাঠটিত ক'ৰপৰা সংগ্ৰহ কৰা হৈছে ? পাঠটিৰ মূল ভাবটি তােমাৰ ভাষাত লিখা ।
৫। মগনিয়াৰ পাঠটিৰ কবি আৰু মগনিয়াৰজনৰ মাজত হােৱা কথােপকথনখিনি তােমাৰ ভাষাত লিখা ।
Name and Number *
Submit
Clear form
Never submit passwords through Google Forms.
This content is neither created nor endorsed by Google. Report Abuse - Terms of Service - Privacy Policy