মোৰ মাতৃমুখ দৰ্শন
নিজৰ ভাষাত লিখা
Sign in to Google to save your progress. Learn more
১। 'মোৰ মাতৃনুখ দৰ্শন' শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে?
২। সম্বলপুৰ ভাৰতৰ কোনখন ৰাজ্যত অৱস্থিত ?
৩। বেজবৰুৱাই  'মাতৃমুখ ' দৰ্শনৰ বাবে ক'ৰ পৰা ক'লৈ যাত্ৰা কৰিছিল ?
৪। ১৯৩০ চনৰ ১৯ ছেপ্টেম্বৰত লম্বলপুৰৰ পৰা অসমলৈ যাত্ৰা কৰোঁতে বেজবৰুৱাৰ সংগী কোন আছিল ?
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ ৰচিত এখন ধেমেলীয়া নাটকৰ নাম লিখা ।
১। ' মোৰ মাতৃমুখ দৰ্শন ' শীৰ্ষক পাঠটিৰ নামকৰণৰ তাতপৰ্য বিশ্লেষণ কৰা ।
২। 'মোৰ মাতৃমুখ দৰ্শন ' শীৰ্ষটিত 'মাতৃ' শব্দৰে কি বুজোৱা হৈছে ? কিমান বছৰ পিছত লেখকৰ 'মাতৃমুখ'দৰ্শন হৈছিল ?
৩। লক্ষ্মীনাথ বেজবৰুৱাক কটন কলেজৰ ছাত্ৰসকলে কিদৰে অভিনন্দন জনাইছিল ?
৪। 'মোৰ মাতৃমুখ দৰ্শন'ৰ লেখকে উল্লেখ কৰা 'মাজিউ ' আৰু 'জ্ঞান ' কোন আছিল ?
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ গুৱাহাটীক ভাল লগাৰ তিনিটা কাৰণ উল্লেখ কৰা ।
১। 'মোৰ মাতৃমুখ ' দৰ্শন ' পাঠটিৰ আধাৰত লক্ষ্মীনাথ বেজবৰুৱাই সম্বলপুৰৰ পৰা গুৱাহাটীলৈ  কৰ  ৰে'লযাত্ৰাৰ চমু বিৱৰণ আগবঢ়োৱা ।
২। 'মোৰ মাতৃমুখ  দৰ্শন ' পাঠটিত লেখকে উল্লেখ কৰা মহাদেৱৰ কৃষি - কৰ্মৰ কাহিনীটো তোমাৰ নিজৰ ভাষাত লিখা ।
৩। ' হাহা হুহু ' কোন আছিল ? এওঁলোকক কোনে কি কাৰণে সৃষ্টি কৰিছিল বুজাই লিখা ।
৪। ' ডিবৰুগড়ত  গোটাচেৰেক কথাই বেজবৰুৱাক সন্তোষ দিছিল , বুজাই লিখা ।
৫। লক্ষ্মীনাথ বেজবৰুৱাৰ মতে বিদেশী নাটকৰ অসমীয়া অনুবাদ কেনে হোৱা উচিত , বুজাই লিখা ।  
Name and Number
Submit
Clear form
Never submit passwords through Google Forms.
This content is neither created nor endorsed by Google. Report Abuse - Terms of Service - Privacy Policy